Cap tiki tiki
126 views · Published 10 March 2017 · 1:57 · Indexed 25 October 2026
Channel: NCERT OFFICIAL · 2017 · Education
এই বৈজ্ঞানিক খেলনা সঁজুলিটো সাজিবলৈ নিতান্তই সাধাৰ্ণ কেইবিধমান সামগ্রী-এটা বটলৰ সাঁফৰ, এডাল ৰাবাৰ বেণ্ড আৰু এডাল দীঘল সূতাৰ প্রয়োজন হʼবI কেনেদৰে এইটো সাঁজি উলিয়াব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI