rabindra bhawan 20-02-18

157 views · Published 21 February 2018 · 1:42 · Indexed 21 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

গুৱাহাটী মহানগৰীৰ অন্যতম প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱন।  প্ৰতিদিনে নৃত্য-নাট্যকাৰৰে জীপাল হৈ থকা ৰবীন্দ্ৰ ভৱন এতিয়া নিস্তব্ধ। চৌদিশে নিমাওমাও পৰিৱেশ। ৬ মাহ ধৰি বন্ধ ৰবীন্দ্ৰ ভৱন।

More from this channel