চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ আঠটা বছৰ বাগৰিল।
99 views · Published 13 December 2017 · 3:53 · Indexed 23 September 2026
Channel: Prag News · 2017 · People & Blogs
চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ আঠটা বছৰ বাগৰিল। এতিয়াও সম্পূৰ্ণ ৰহস্য খোল খোৱা নাই। প্ৰকৃত অপৰাধী কেতিয়া জালত পৰিব? এই চাঞ্চল্যকৰ হত্যাকাণ্ড পুনৰ চৰ্চালৈ আহিছে। দুলাল বৰাৰ গ্ৰন্থ যোগদল হত্যাকাণ্ড উন্মোচন হোৱাৰ পিছত। গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই সন্মিৱিষ্ট হৈছে লোমহৰ্ষক হত্যাকাণ্ডটোৰ সবিশেষ।
More from this channel
-
11:21
Sports Zone
-
2:37
ব্ৰহ্মপুত্ৰৰ পানী ঘোলা...
-
1:25
বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে।
-
1:09
বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ পৰিণতি ভুগিব লাগিব শিক্ষাৰ্থীয়ে।
-
2:32
এখন ঐতিহাসিক ৰজাদিনীয়া বিলত জাক জাক পৰিভ্ৰমী পক্ষীৰ আগমন।
-
1:38
সময়ে সময়ে ৰাজ্যৰ ভিন ভিন প্ৰান্তত কূটাঘাত সংঘটিত কৰি আহিছে উগ্ৰপন্থী সংগঠনে।
-
2:01
দীঘলীপুখুৰীত ধৰ্ণা-প্ৰতিবাদৰ ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ।
-
24:33
"Prag Health" with Manmoromi Mahanta.