Mizoramত Lead ত লৈ আছে MNF-এ, মেজিক নম্বৰ চুলে ২১খন আসনেৰে #AssemblyElectionResult #Mizoram

1,698 views · Published 11 December 2018 · 12:59 · Indexed 29 October 2026

Channel: News18 Assam/Northeast · 2018 · News & Politics

Watch on YouTube

কংগ্ৰেছমুক্ত হোৱাৰ দিশে উত্তৰ-পূব। মিজোৰামত MNFৰ চৰকাৰ প্ৰায় নিশ্চিত। মেজিক নম্বৰ অতিক্ৰম কৰি একক সংখ্যাগৰিষ্ঠতাৰ দিশে MNF দল। মিজোৰামত মেজিক নম্বৰ চুলে MNF-এ। ২১খন আসনত অগ্ৰগতি লাভ কৰিছে দলটোৱে। পিছ পৰি আছে মুখ্যমন্ত্ৰীৰ লাল থানহাওলা। ছাৰছীপ আৰু ছামফাই দুয়োটা সমষ্টিতে পিছ পৰি আছে হাওলা। পুনৰ শাসনলৈ আহিবনে জোৰামথাংগা? একেৰাহে তৃতীয়বাৰলৈ জয়ী হ’বনে কংগ্ৰেছ? হেটট্ৰিক কৰিবলৈ সক্ষম হ’বনে লাল থানহাওলা?

Catch the live results the five states elections on News18 Assam Northeast. 
#ElectionResult #MizoramElections

News18 Assam/Northeast Live Stream
#News18AssamNE

More from this channel