Assembly Transport 21-02-18

73 views · Published 22 February 2018 · 3:52 · Indexed 23 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

অচিৰেই অসম ৰাজ্যিক পৰিবহণ নিগমক অৰ্পণ কৰা হ’ব পাৰে ব্যক্তিগত খণ্ডক। অসম বিধানসভাত বুধবাৰে এনে আশংকাই ব্যক্ত কৰিলে বিৰোধীয়ে। বিৰোধী বিধায়কৰ অভিযোগ-সমালোচনাৰ উত্তৰ দিবলৈ গৈ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও এক প্ৰকাৰ অসহায়তা প্ৰকাশ কৰিলে ASTCক সক্ৰিয় কৰাৰ ক্ষেত্ৰত।

More from this channel