ব্ৰহ্মপুত্ৰৰ পানী কিমান প্ৰদূষিত।

100 views · Published 8 December 2017 · 3:41 · Indexed 26 September 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

ব্ৰহ্মপুত্ৰৰ পানী কিমান প্ৰদূষিত। পানী খোৱাৰ উপযোগী নে অনুপযোগী? ইয়াক লৈ এতিয়া বিপৰীত মেৰুত মুখ্যমন্ত্ৰী সোণোৱাল আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী। কিন্তু মুখ্যমন্ত্ৰীৰ দাবী নস্যাত্ কৰিলে মন্ত্ৰী ৰিহণে।

More from this channel