Mizoramত আৰম্ভ হৈছে ভোটগনণা, নিৰ্ণয় হ’ব ২০৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য #MizoramResult2018
770 views · Published 11 December 2018 · 4:25 · Indexed 23 September 2026
Channel: News18 Assam/Northeast · 2018 · News & Politics
মিজোৰামত ৪০টা সমষ্টিত নিৰ্ণয় হ’ব ২০৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যখনত MNF-কংগ্ৰেছে ৪০ আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিয়ে ৩৯খন আৰু ZPM-এ প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৭খন আসনত। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। কাৰ দখললৈ মিজোৰাম যাব তাতেই আছে সকলোৰে দৃষ্টি । Exit Pollৰ মতে কংগ্ৰেছ আৰু MNFৰ মাজতহে হ'ৱ মূল যুঁজ । কিমান সচা হ'ৱ Exit Pollৰ এই ফলাফল? Catch the live results the five states elections on News18 Assam Northeast. #ElectionResult #MizoramElections News18 Assam/Northeast Live Stream #News18AssamNE