সময়ে সময়ে ৰাজ্যৰ ভিন ভিন প্ৰান্তত কূটাঘাত সংঘটিত কৰি আহিছে উগ্ৰপন্থী সংগঠনে।
31 views · Published 12 December 2017 · 1:38 · Indexed 22 September 2026
Channel: Prag News · 2017 · People & Blogs
সময়ে সময়ে ৰাজ্যৰ ভিন ভিন প্ৰান্তত কূটাঘাত সংঘটিত কৰি আহিছে উগ্ৰপন্থী সংগঠনে। বহু সময়ত কূটাঘাত ৰোধৰ লগতে কূটাঘাতকাৰীক দমনৰ দাবী আৰক্ষী সঞ্চালকপ্ৰধানৰ। কিন্তু তেৱো অসহায়। পিছে কোন ক্ষেত্ৰত? চাওক এই প্ৰতিবেদন।
More from this channel
-
11:21
Sports Zone
-
2:37
ব্ৰহ্মপুত্ৰৰ পানী ঘোলা...
-
1:25
বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে।
-
1:09
বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ পৰিণতি ভুগিব লাগিব শিক্ষাৰ্থীয়ে।
-
2:32
এখন ঐতিহাসিক ৰজাদিনীয়া বিলত জাক জাক পৰিভ্ৰমী পক্ষীৰ আগমন।
-
2:01
দীঘলীপুখুৰীত ধৰ্ণা-প্ৰতিবাদৰ ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ।
-
24:33
"Prag Health" with Manmoromi Mahanta.
-
1:53
ANTI-DRUGS FU 18-02-2018