Mizoramত MNF-ৰ জয়, পৰাজিত কৰিলে Congress আৰু BJPক #Mizoram #AssemblyElectionResult2018

2,641 views · Published 11 December 2018 · 22:22 · Indexed 20 November 2026

Channel: News18 Assam/Northeast · 2018 · News & Politics

Watch on YouTube

কংগ্ৰেছমুক্ত হ’ল উত্তৰ-পূব। মিজোৰামত কংগ্ৰেছক ওফৰাই চৰকাৰ গঠন নিশ্চিত কৰিলে MNF-এ। এইপৰ্যন্ত ঘোষিত ৩৮খন আসনৰ ভিতৰত ২৬খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিলে দলটোৱে। ৰাজ্যখনত কংগ্ৰেছে ৫খন, বিজেপিয়ে মাত্ৰ এখন আৰু অন্যান্য দলে লাভ কৰে ৮খন আসন। ৰাজ্যখনত সম্পন্ন হ’ল ভোটগণনা প্ৰক্ৰিয়া। দুটাকৈ সমষ্টিৰ পৰা পৰাজিত হয় মুখ্যমন্ত্ৰীৰ লাল থানহাওলা। দক্ষিণ চাম্ফাই আৰু ছাৰচিপ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুখ্যমন্ত্ৰীগৰাকী।


Catch the live results the five states elections on News18 Assam Northeast. 
#ElectionResult #MizoramElections

News18 Assam/Northeast Live Stream
#News18AssamNE

More from this channel