ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়টো সন্দৰ্ভত চীনৰ সৈতে যোগাযোগ কৰিছে ভাৰত চৰকাৰে।

42 views · Published 13 December 2017 · 3:18 · Indexed 28 October 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়টো সন্দৰ্ভত চীনৰ সৈতে যোগাযোগ কৰিছে ভাৰত চৰকাৰে। নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

More from this channel