Tripura Lenin

99 views · Published 7 March 2018 · 3:23 · Indexed 1 November 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

ত্ৰিপুৰাৰ দায়িত্ব লোৱাৰ পূৰ্বে স্বৰূপ উদঙাইছে নেকি গেৰুৱা দল বিজেপিয়ে? অসহিষ্ণুতাৰ চৰম নিদৰ্শন দাঙি ধৰি উন্মত্ত বিজেপিৰ একাংশ কৰ্মীয়ে বুলড’জাৰ লগাই ভাঙি পেলালে লেনিনৰ প্ৰতিমূৰ্তি। গেৰুৱা দলটোৰ এই ফেচিবাদী কাণ্ডৰ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে ।

More from this channel