Manik Sarkar 18-02-2018

97 views · Published 19 February 2018 · 2:08 · Indexed 24 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

মূ্ল্যবোধৰ ৰাজনীতিৰ দৃষ্টান্ত দাঙি ধৰি ভোটাধিকাৰ সাব্যস্ত কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰে। গেৰুৱা দল বিজেপিৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা মাণিক সৰকাৰে মুখ্যমন্ত্ৰীৰ কনভয় এৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ খোজকাঢ়ি গৈ সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰে।

More from this channel