Can tilt

87 views · Published 10 March 2017 · 1:26 · Indexed 21 October 2026

Channel: NCERT OFFICIAL · 2017 · Education

Watch on YouTube

আমোদজনক শিক্ষাৰ মাধ্যম হিচাপে কণমাণিহঁতৰ কাৰণে উপযোগী এই বৈজ্ঞানিক ধেমালিটোৰ কাৰণে প্রয়োজন হʼব এটা শীতল পানীয়ৰ কেন্ আৰু এটা গধুৰ বল বিয়েৰিংI কেনেকৈ ইয়াক সম্পাদন কৰিব পাৰি  জানিবলৈ এই ভিডিঅʼটো চাওকI

More from this channel