Assembly Panchayat Bill 22-02-18

3,803 views · Published 23 February 2018 · 2:24 · Indexed 29 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

বহু অপেক্ষাৰ অন্তত সদনত উত্থাপন হ’ল অসম পঞ্চায়ত সংশোধনী বিধেয়ক ২০১৮। বহুতেই প্ৰশংসা কৰিলেও এই বিধেয়কে সমস্যাত পেলাব পাৰে আপোনাক। পঞ্চায়তৰ সদস্য হোৱাৰ সপোন সাৰ্থক নহবও পাৰে আপোনাৰ।

More from this channel