Street Play In Jagiroad | Women Safety measures Street Play In Jagiroad

1,198 views · Published 26 April 2018 · 2:58 · Indexed 26 October 2026

Channel: Prag News · 2018 · News & Politics

Watch on YouTube

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে জাগীৰোডৰ ৰাজপথত নিশা দেখা গ’ল নাৰী নিৰ্যাতনৰ এক ঘটনা। এজন যুৱকে ফোন নম্বৰ বিচাৰি হাৰাশাস্তি কৰিছে এজন অচিনাকি যুৱতীক। তাৰ পিছত কি হ’ল? চাওক আমাৰ এক প্ৰতিবেদন।
Streetplay on Women's safety held at Jagiroad. Public surprised by this sudden display of one act play in the middle of the streets

More from this channel