Rajasthanত ক্ষমতাচ্যুত হোৱাৰ পথত BJP #Rajasthan #AssemblyElectionResult2018
3,461 views · Published 11 December 2018 · 20:20 · Indexed 8 October 2026
Channel: News18 Assam/Northeast · 2018 · News & Politics
ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ আশংকা । বসুন্ধৰা ৰাজেলৈ বিপদৰ সংকেত । কংগ্ৰেছ সমৰ্থকৰ মাজত আনন্দৰ ঢৌ । ভোটগনণা এতিয়াও অব্য়াহত, কংগ্ৰেছ মুক্ত হ'ৱ নে হ'ৱ বিজেপি মুক্ত তাৰ ওপৰত চকু ৰাইজৰ আৰু প্ৰাৰ্থীৰ । Catch the live results the five states elections on News18 Assam Northeast. #ElectionResult #MizoramElections News18 Assam/Northeast Live Stream #News18AssamNE