Mizoram ত ২২খন আখনত MNFৰ জয় #Mizoram #AssemblyElectionResult2018

1,489 views · Published 11 December 2018 · 2:12 · Indexed 21 October 2026

Channel: News18 Assam/Northeast · 2018 · News & Politics

Watch on YouTube

মিজোৰামত কংগ্ৰেছক ওফৰাই চৰকাৰ গঠন নিশ্চিত কৰিলে MNF-এ। এইপৰ্যন্ত ঘোষিত ৩৭খন আসনৰ ভিতৰত ২২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিলে দলটোৱে। ৰাজ্যখনত এইপৰ্যন্ত কংগ্ৰেছে ৬খন, ZPM-এ ৭খন, বিজেপিয়ে এখন আৰু অন্যান্য প্ৰাৰ্থীয়ে লাভ কৰিছে এখন আসন।

Catch the live results the five states elections on News18 Assam Northeast. 
#ElectionResult #MizoramElections

News18 Assam/Northeast Live Stream
#News18AssamNE

More from this channel