International Crime Overall | Vision Prag Exclusive
1,532 views · Published 14 May 2018 · 3:40 · Indexed 22 September 2026
Channel: Prag News · 2018 · News & Politics
Shocking and sensational Crimes have been taking place around different corners of the world. Watch this exclusive report on the international crimes exclusively on Vision Prag. বিশ্বৰ চোকে-কোণে সংঘটিত হৈছে এটাৰ পিছত আনটো ভয়াৱহ অপৰাধ। ক’ৰবাত যদি উগ্ৰপন্থীৰ হিংসাৰ দাৱানল আন ক’ৰবাত চৰকাৰী পক্ষও সংঘটিত কৰিছে গুৰুতৰ অপৰাধ। শেহতীয়াকৈ সমগ্ৰ বিশ্বক সচকিত কৰি তোলা একাধিক জঘন্য অপৰাধ সন্দৰ্ভত প্ৰত্যক্ষ কৰক ভিজন প্ৰাগ INTERNATIONAL CRIME REPORT।
More from this channel
-
11:21
Sports Zone
-
2:37
ব্ৰহ্মপুত্ৰৰ পানী ঘোলা...
-
1:25
বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে।
-
1:09
বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ পৰিণতি ভুগিব লাগিব শিক্ষাৰ্থীয়ে।
-
2:32
এখন ঐতিহাসিক ৰজাদিনীয়া বিলত জাক জাক পৰিভ্ৰমী পক্ষীৰ আগমন।
-
1:38
সময়ে সময়ে ৰাজ্যৰ ভিন ভিন প্ৰান্তত কূটাঘাত সংঘটিত কৰি আহিছে উগ্ৰপন্থী সংগঠনে।
-
2:01
দীঘলীপুখুৰীত ধৰ্ণা-প্ৰতিবাদৰ ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ।
-
24:33
"Prag Health" with Manmoromi Mahanta.