ব্ৰহ্মপুত্ৰৰ পানী ঘোলা...

53 views · Published 8 December 2017 · 2:37 · Indexed 6 November 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা সন্দৰ্ভত সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ সংবাদমেল। সংবাদমেলত বিষয়টো ৰাষ্ট্রসংঘলৈ লৈ যাবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী কৰে ঠিকাদাৰ সন্থাই। যিকোনো কাৰণত পানী ঘোলা হ’ব পাৰে, গতিকে ইয়াৰ তদন্ত হ’ব লাগে বুলি ঠিকাদাৰ সন্থাই দাবী কৰে।

More from this channel