GANJA CITY GUWAHATI || RECOVERED AGAIN TOO MUCH GANJA BY RAILWAY POLICE

1,287 views · Published 4 May 2018 · 1:25 · Indexed 19 October 2026

Channel: Prag News · 2018 · News & Politics

Watch on YouTube

গাঞ্জা মহানগৰীত পৰিণত গুৱাহাটী। কোটি কোটি টকাৰ গাঞ্জা জব্দ কৰিছে ৰাজহ আৰু চোৰাংচোৱা বিভাগে। ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে বৃহত্ পৰিমাণৰ গাঞ্জা। কিন্তু ক’ৰপৰা আহিছে ডেৰ কোটি টকাৰ গাঞ্জা।

More from this channel