Assam Chief Secretary

1,208 views · Published 25 February 2018 · 1:33 · Indexed 21 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ বৰ্ধিত কাৰ্যকাল চলিত মাহত শেষ হ’ব। ৰাজ্যৰ মুখ্য সচিব পদত নিযুক্তি দিয়া হৈছে অসম-মেঘালয় কেডাৰৰ বিষয়া টি ৱাই দাসক। বিভিন্ন কেলেংকাৰি আৰু বিতৰ্কত জড়িত হৈ পৰা পিপাৰচেনিয়াৰ স্থানত নিযুক্ত টি ৱাই দাসে অসম প্ৰশাসনক অধিক গতিশীল কৰি তুলিব বুলি আশা কৰা হৈছে।

More from this channel