Meghalaya

530 views · Published 5 March 2018 · 2:34 · Indexed 12 November 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

পূৰ্বোত্তৰৰ তিনি ৰাজ্যৰ ফলাফল ঘোষিত হ’ল। ত্ৰিপুৰাৰ দৃশ্যপট প্ৰায় স্পষ্ট। ত্ৰিপুৰাত গেৰুৱা চৰকাৰ। কিন্তু মেঘালয় কি হ’ব? কোনো দলেই সংখ্যগৰিষ্ঠতা নোপোৱা মেঘালয়ত কাৰ চৰকাৰ? ঘনে ঘনে সলনি হৈছে মেঘালয়ৰ চৰকাৰ গঠনৰ সমীকৰণ।

More from this channel