Xandhixyan

151 views · Published 27 February 2018 · 0:31 · Indexed 6 November 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

মানৱ সমাজ আজি এনে এক সন্ধিক্ষণত উপনীত হৈছে য'ত আবেগ অনুভূতিৰ কোনো মূল্য নাই । সকলোতে কেৱল বস্তুবাদ । সুবিধা লৈছে কেতবোৰ স্বাৰ্থলোভী পাবতগজা নেতা, পালিনেতা, দল ,সংগঠন আদিয়ে । বাদ পৰা নাই চৰকাৰ , সাংবাদ মাধ্যম আদিও ।ই যেন সময় আহ্বানহে!  ফলত স্তব্ধ হোৱাৰ উপক্ৰম হৈছে সাধাৰন ৰাইজৰ জীৱনৰ ঘড়ী । ভাঙি থান-বান হৈছে আশা ।

More from this channel