Fire at Christian Basti, Guwahati

563 views · Published 27 February 2018 · 1:14 · Indexed 31 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

সোমবাৰে পুৱা খ্ৰীষ্টানবস্তিৰ দুখন ফানিৰ্চাৰ দোকানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত। নিমিষতে জুইৰ লেলিহান শিখাই পুৰি চাৰখাৰ কৰে বহু লক্ষাধিক টকাৰ আচবাব। স্থানীয় ৰাইজৰ সন্দেহ শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই অগ্নিকাণ্ড।

More from this channel