কংগ্ৰেছমুক্ত হোৱাৰ দিশে উত্তৰ-পূব, Mizoramtত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে MNF #MizoramResult
340 views · Published 11 December 2018 · 2:00 · Indexed 16 November 2026
Channel: News18 Assam/Northeast · 2018 · News & Politics
মিজোৰামত দুখন আসনত জয়লাভ MNFৰ। টাৱি আৰু ৰাংটুৰজ’ সমষ্টি জয়লাভ কৰিছে MNFৰ প্ৰাৰ্থীয়ে। ১১ বজালৈ ২২খন আসনত অগ্ৰগতি লাভ কৰিছে দলটোৱে। কংগ্ৰেছ আগবাঢ়ি আছে মাত্ৰ ৭খন আসনত। বিজেপিয়ে এখন আসনত অগ্ৰগতি লাভ কৰি আছে মিজোৰামত। মিজোৰামত পুনৰ শাসনলৈ আহিবনে জোৰামথাংগা? একেৰাহে তৃতীয়বাৰলৈ জয়ী হ’বনে কংগ্ৰেছ? হেটট্ৰিক কৰিবলৈ সক্ষম হ’বনে লাল থানহাওলা? ৰাজ্যখনত ৪০খন আসনযুক্ত বিধানসভাত মেজিক নাম্বাৰ ২১। আনহাতে ৰাজস্থানত ৯৫ খন আসন লাভ কংগ্ৰেছৰ । Catch the live results the five states elections on News18 Assam Northeast. #ElectionResult #MizoramElections News18 Assam/Northeast Live Stream #News18AssamNE