Dibrugarh AJYCP meet 24-02-18

193 views · Published 25 February 2018 · 3:11 · Indexed 27 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

অসমত পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ডিব্ৰুগড়ত অনুষ্ঠিত কৰিলে এক গুৰুত্বপূৰ্ণ অভিৱৰ্তন। অভিৱৰ্তনখনিত কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্ৰিক শোষণৰ বিৰুদ্ধে সোচ্চাৰ হ’ল উপস্থিত প্ৰতিজন সচেতন নাগৰিক।

More from this channel