পণ্য আৰু সেৱাকৰ চমুকৈ GSTৰ অধীনলৈ অনা হ’ব পাৰে পেট্ৰ’ল, ডিজেল।

138 views · Published 19 December 2017 · 0:31 · Indexed 25 October 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

পণ্য আৰু সেৱাকৰ চমুকৈ GSTৰ অধীনলৈ অনা হ’ব পাৰে পেট্ৰ’ল, ডিজেল। GSTৰ অধীনলৈ আহিলে দুয়োবিধ পণ্যৰ দাম কমিব। কিন্তু কিমান কমিব? চাও আহক আমাৰ এই প্ৰতিবেদন।

More from this channel