Did CPI(M) pull down Rajiv Gandhi’s statue in Tripura? Statue War continues..

241 views · Published 8 March 2018 · 2:44 · Indexed 28 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

উত্তৰ-পূবৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনৰ পাছতে আহিল এক নতুন ধাৰা। জাত-পাত, ধৰ্মৰ পাছত এইবাৰ ৰাজনীতি মূৰ্তিক লৈ। দেশৰ বিভিন্ন প্ৰান্তত বাগৰিছে এটাৰ পাছত আনটো মূৰ্তি। সহিষ্ণুতাৰ প্ৰতীক ভাৰতবৰ্ষত এতিয়া অসহিষ্ণুতাৰ উকমুকনি।

More from this channel