200318 case against tarun gogoi pkg

382 views · Published 21 March 2018 · 2:52 · Indexed 14 November 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

হিমন্তবিশ্বৰ বিৰুদ্ধে তৰুণ গগৈৰ বিস্ফোৰণৰ পিছত মঙলবাৰে থানাত গোচৰ দিলে দাদা ব্ৰিগেডাৰ সদৃশ তথা হিমন্তবিশ্বৰ অনুগামী পিয়ুষ হাজৰিকাই। লগতে আন দুটা সংগঠনেও গগৈৰ মন্তব্য সন্দৰ্ভত হিমন্ত-তৰুণ গগৈৰ বিৰুদ্ধে তদন্তৰ দাবীৰে থানাত তৰিলে গোচৰ। অৱশ্যে ইমানৰ পিছতো হিমন্ত বিষোদগাৰত থমকি ৰোৱা নাই তৰুণ গগৈ।

More from this channel