20-02-18 Coal CID Exclusive

22 views · Published 21 February 2018 · 2:16 · Indexed 23 October 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা-আমোলালৈ, সকলোৰে বিৰুদ্ধে অভিযান চলিব সমগ্ৰ ৰাজ্যত। কয়লা ছিণ্ডিকেট সন্দৰ্ভত চি আই ডিৰ কাৰ্যালয়ত ৰুজু হোৱা এজাহাৰত উল্লেখ আছে ৰাজনৈতিক নেতাৰ পৰা আৰক্ষী বিষয়ালৈ সকলোৰে নাম। আমাৰ এক এক্সক্লুছিভ প্ৰতিবেদন।

More from this channel