Mizoramত Neck To Neck Fight, খাতা খুলিবনে বিজেপিৰ? নে হ'ৱ গাদি ৰক্ষা কংগ্ৰেছৰ #BattleOfFight#Mizoram

480 views · Published 11 December 2018 · 1:51 · Indexed 20 September 2026

Channel: News18 Assam/Northeast · 2018 · News & Politics

Watch on YouTube

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । মিজোৰামৰ লগতে  মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা। মিজোৰামত ৪০টা সমষ্টিত নিৰ্ণয় হ’ব ২০৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যখনত MNF-কংগ্ৰেছে ৪০ আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিয়ে ৩৯খন আৰু ZPM-এ প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৭খন আসনত। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। মিজোৰামত সকলোৰে চকু ফলাফলত । ৰক্ষা পৰিবনে Lal Thanhawlaৰ ৰাজত্ব নে সক্ষম হ'ৱ বিজেপি নিজৰ খাতা খুলিবলৈ ।

Catch the live results the five states elections on News18 Assam Northeast. 
#ElectionResult #MizoramElections

News18 Assam/Northeast Live Stream
#News18AssamNE

More from this channel