NRC ASSAM .৩১ ডিচেম্বৰৰ খচৰাত আপোনাৰ পৰিয়ালৰ নাম CHECK কৰাৰ বাবে লওক সহজ উপায়.

1,063 views · Published 1 January 2018 · 2:37 · Indexed 1 October 2026

Channel: SRB ASSAM INFO · 2018 · People & Blogs

Watch on YouTube

NRC,NRC Assam,NRC Assam check,31 Dec NRC list,NRC Assam list,NRC website,

NRC ৰ প্ৰথমখন খচৰাত আপোনাৰ নাম আছে নে নাই ? ৩১ ডিচেম্বৰৰ মাজনিশাৰ পিছত তলত দিয়া ৪ টা লিংকৰ ভিতৰত যিকোনো এটা লিংকত আপোনাৰ নাম আছে নে নাই চাব পাৰিব।
১. http://www.nrcassam.nic.in
২.  http://www.assam.mygov.in
৩.  http://www.assam.gov.in
৪. http://www.homeandpolitical.assam.gov.in

যদি আপোনাৰ নাম নাথাকে, তেন্তে চিন্তাৰ একো কাৰণ নাই কিয়নো এয়া কেৱল আংশিক খচৰাহে।

More from this channel