PM meeting 210218

84 views · Published 22 February 2018 · 2:05 · Indexed 23 September 2026

Channel: Prag News · 2018 · People & Blogs

Watch on YouTube

বৃহস্পতিবাৰে মেঘালয়ৰ ফুলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বৃহত্ নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব। মেঘালয় দখলৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব এই বৃহত্ নিৰ্বাচনী সভা। কিন্তু মেঘালয়ৰ ৰাজনীতিত কিমান সবল বিজেপিৰ সাংগঠনিক স্থিতি? চাওক আমাৰ এক ৰাজনৈতিক প্ৰতিবেদন।

More from this channel