বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ পৰিণতি ভুগিব লাগিব শিক্ষাৰ্থীয়ে।

82 views · Published 9 December 2017 · 1:09 · Indexed 22 September 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা বিনামূলীয়া পাঠ্যপুথি মুকলি আকাশৰ তলত দ’মে দ’মে পৰি আছে। বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ পৰিণতি ভুগিব লাগিব শিক্ষাৰ্থীয়ে।

More from this channel