নিশা মহানগৰীৰ উলুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা |

121 views · Published 8 December 2017 · 1:58 · Indexed 30 October 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

নিশা মহানগৰীৰ উলুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
ইন’ভা-টেম্প’ৰ মুখামুখি সংঘৰ্ষত আহত দুজন
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ইন’ভাৰ
আৰক্ষীয়ে খেদি খেদি গাড়ীসহ আটক কৰে সুৰামত্ত চালকক
ইন’ভাখনৰ নম্বৰ AS-01 GC-9315
সম্প্ৰতি GMCHত চিকিত্সাধীন আহত দুজন

More from this channel