বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে যুঁজত নমা এগৰাকী প্ৰাৰ্থীক দলীয় প্ৰহাৰ।

57 views · Published 8 December 2017 · 2:03 · Indexed 6 November 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে যুঁজত নমা এগৰাকী প্ৰাৰ্থীক দলীয় প্ৰহাৰ। অৱশ্যে ঘটনা নিৰ্বাচনকেন্দ্ৰীক নহয়। অভিযোগ প্ৰৱঞ্চনাৰহে। গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰৱীণ ৰাজখোৱাক লপাথপা দিলে ৰাইজে।

More from this channel