আলফা উগ্ৰপন্থীয়ে পিতা-পুত্ৰক গুলীয়াই হত্যা অব্যাহত আছে তীব্ৰ উত্তেজনা।

426 views · Published 13 December 2017 · 2:43 · Indexed 14 November 2026

Channel: Prag News · 2017 · People & Blogs

Watch on YouTube

তিনিচুকীয়াৰ বৰডুমছাত আলফা উগ্ৰপন্থীয়ে পিতা-পুত্ৰক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ উত্তেজনা। এই হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনোৱা তিনিচুকীয়া বন্ধত স্তব্ধ হৈ পৰিল সমগ্ৰ জিলা। বন্ধৰ সময়ত ঠায়ে ঠায়ে সংঘটিত হ’ল বিক্ষিপ্ত ঘটনা

More from this channel