Lanka Child sold

675 views · Published 1 May 2017 · 2:22 · Indexed 22 September 2026

Channel: News18 Assam/Northeast · 2017 · People & Blogs

Watch on YouTube

ধনৰ লোভত নিজ সন্তানক বিক্ৰী কৰিলে এজন নিষ্ঠুৰ পিতৃয়ে, এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত, প্ৰতিমাহে আঢ়ৈ হাজাৰ টকাৰ আশাত নিজৰ দুমহীয়া শিশুক হোজাইৰ এজন লোকৰ হাতত বিক্ৰী কৰে লোকজনে, ইতিমধ্যে লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জগত নাথ ভকত নামৰ লোকজনক

More from this channel